thumbnail

By

Published : Jan 10, 2020, 1:51 PM IST

ETV Bharat / Videos

দৰ্শকে কেনে পালে ৰজনীকান্তৰ 'দৰবাৰ ' ?

শুকুৰবাৰে মুক্তি পালে ৰজনীকান্ত অভিনীত ছবি 'দৰবাৰ' ৷ দৰবাৰ চাই দৰ্শকে দিলে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ ছবিখনত ৰজনীকান্তে এজন পুলিচ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৷ বহুতে তেওঁৰ চৰিত্ৰটো ভালপোৱাৰ বিপৰীতে বহুজনে আকৌ একো নতুনত্ব দেখা নাপালে ছবিখনত ৷ মেগাষ্টাৰগৰাকীৰ অভিনয় আৰু ছবিখনত তেওঁৰ ভূমিকাক শলাগ লৈছে তেওঁৰ অনুৰাগীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.