thumbnail

By

Published : Apr 2, 2020, 8:57 PM IST

Updated : Apr 3, 2020, 12:30 PM IST

ETV Bharat / Videos

ৰাইজলৈ কি অনুৰোধ জনালে অভিনেতা সঞ্জয় দত্তই ?

শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই টুইটাৰ যোগে এটা ভিডিঅ' প্ৰকাশ কৰে ৷ য'ত তেওঁ জনসাধাৰণক কৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ বিশেষ অনুৰোধ কৰে ৷ তেওঁ ৰাইজক এইকেইটা দিন ঘৰতে সোমাই থাকি ব্যায়াম কৰাৰ লগতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷
Last Updated : Apr 3, 2020, 12:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.