আয়ুষ্মান, জিতেন্দ্ৰৰ 'সমকামী চুম্বন'ৰ ৰহস্য ফাদিল - সমকামিতাৰ ওপৰত নিৰ্মিত ছবি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5990576-thumbnail-3x2-a.jpg)
সহশিল্পী জিতেন্দ্ৰ কুমাৰৰ সৈতে আয়ুষ্মান খুৰাণাৰ চুম্বনৰ দৃশ্য দেখিবলৈ পাব আহিবলগীয়া কমেডী তথা বাৰ্তামূলক ছবি শুভ মংগল জ্যাদা সাৱধানত ৷ সমকামিতাৰ ওপৰত নিৰ্মিত ছবিখনত দুয়োৰে মাজত ভীষণ প্ৰেম প্ৰতিফলিত হ'ব ৷ শেহতীয়াকৈ দুয়োকে সোধা হৈছিল ছবিখনৰ শ্বুটিঙৰ পূৰ্বে অন্য কোনো পুৰুষক দুয়োৱে চুম্বন কৰি পাইছে নেকি ? ইয়াৰ উত্তৰত দুয়োগৰাকী অভিনেতাই কি ক'লে শুনো আহক, এই বিশেষ ভিডিঅ' ক্লিপৰ মাজেৰে .....