জুবিন গাৰ্গ আৰু খগেন গগৈৰ এটা ভাইৰেল ভিডিঅ'... - নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8109478-thumbnail-3x2-a.jpg)
শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এটা বিশেষ ভিডিঅ' ৷ য'ত জুবিন গাৰ্গে বিহুগীত জুৰিছে বিহুসম্ৰাট খগেন গগৈৰ সৈতে ৷ এই ভিডিঅ'য়ে এতিয়া মন্ত্ৰমুগ্ধ কৰিছে দুয়োগৰাকী শিল্পীৰে অনুৰাগীসকলক ৷