এবাৰ চকু মুদি শুনক তেওঁৰ কন্ঠ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 2, 2019, 5:00 PM IST

সম্প্ৰতি সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰা এগৰাকী মহিলা,এই মহিলাগৰাকীৰ এটা  ভিডিঅ'ক দৰ্শকে চাইছে  সাত মিলিয়নৰো অধিক বাৰ ৷ ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰা এই ভিডিঅটোত ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত সাধাৰণ জীৱন যাপন কৰা এগৰাকী মহিলাই  লতা মংগেশকাৰৰ  “এক প্যাৰ কা নগমা হেঁ” শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছে ৷ কিছু সময়ৰ বাবে চকু মুদি যদি এই মহিলা গৰাকীৰ কন্ঠ শুনে আপোনাৰ এনে অনুভৱ হব সেইয়া যেন লতা মংগেশকাৰৰহে কণ্ঠ ৷ পশ্চিম বংগৰ এটা ৰেলৱে ষ্টেচনৰ পৰা ফেচবুক লাইভ যোগে প্ৰচাৰ হোৱা এই ভিডিঅ'ই এতিয়া ব্যাপক  চৰ্চা লাভ কৰিছে ৷

For All Latest Updates

TAGGED:

railwaysong

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.