শ্বুটিং শ্বেটত ঝাড়ু দিছে কেটৰিণা কাঈফে, অক্ষয় কুমাৰে কৰিলে ভিডিঅ' শ্বেয়াৰ - ৰাহুল চেট্টীৰ আগন্তুক ছবি সূৰ্যবংশী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5949846-thumbnail-3x2-k.jpg)
অক্ষয় কুমাৰে শেহতীয়াকৈ সূৰ্যবংশীৰ শ্বুটিং শ্বেটৰ পৰা শ্বেয়াৰ কৰে কেটৰিণা কাঈফৰ এক বিশেষ ভিডিঅ' ৷ য'ত কেটৰিণা কাঈফে এজোৰ বগা ৰঙৰ চেলৱাৰ পৰিধান কৰি শ্বুটিং শ্বেটত ঝাড়ু দি থকা পৰিলক্ষিত হৈছে ৷ অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত , ৰাহুল চেট্টীৰ এই আগন্তুক পুলিচ-ড্ৰামাখন ছবিগৃহলৈ আহিব অহা 27 মাৰ্চ তাৰিখে ৷
Last Updated : Feb 4, 2020, 11:43 AM IST
TAGGED:
সূৰ্যবংশীৰ শ্বুটিং চেট