thumbnail

By

Published : Mar 19, 2022, 6:58 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

পৰম্পৰাৰ ধ্বজাবাহক মাজুলীৰ গড়মূৰ সত্ৰত বোকাখেল

সমগ্ৰ ৰাজ্যত আবিৰৰ উৎসৱ ফাকুৱা উলহ-মালহেৰে উদযাপন কৰা হৈছে (Holi celebration in Assam) ৷ সমান্তৰালভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ সত্ৰানুষ্ঠান সমূহৰ লগতে গড়মূৰ বৰ সত্ৰতো উদযাপন কৰা হৈছে ফল্গুৎসৱ (People celebrate Holi festival on the the river island Majuli) ৷ আজি ঐতিহাসিক গড়মূৰ সত্ৰৰ ভকত বৈষ্ণৱ সকলে আবিৰৰ গীতৰ তালে তালে ৰং ধেমালী কৰাৰ লগতে বছৰ বছৰ ধৰি চলি অহা বোকা খেল খেলি আনন্দ উপভোগ কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.