Dengue cases in Merapani: মেৰাপানীত মহিলাৰ দেহত ডেংগুৰ সংক্ৰমণ - Dengue cases in Assam
🎬 Watch Now: Feature Video

মেৰাপানী সীমান্তত ডেংগুৰ আতংক(Dengue scare at Merapani border) । ডেংগুত আক্ৰান্ত এগৰাকী মহিলা(Woman suffering from dengue in Merapani) । মহিলা গৰাকী কিছুদিন ধৰি জ্বৰত আৰু মুৰৰ বিষত ভুগি আছিল(Dengue cases on rise in Assam) । পৰিয়ালৰ লোকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পাছত গোলাঘাটৰ চিকিৎসক মুকুল শৰ্মাই কিডনি বিকল বুলি কৈ ডাইলেচিছ কৰিব বাবে ডিব্ৰুগড় প্ৰেৰণ কৰে(Dengue cases in Assam) । শেষত শুকুৰবাৰে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা মেৰাপানী অসামৰিক চিকিৎসালয়লৈ ডেংগু পজিতিভ ৰিপ'ৰ্ট অহাত চিকিৎসাকে ঘৰত জনোৱাতহে ঘৰৰ লোকে জানিব পাৰে(Death toll of Dengue) । মেৰাপানীৰ পঞ্চৱতী গাঁৱৰ মহিলা গৰাকীৰ নাম টুনটুন দাস বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST