নগাঁও প্ৰেছ ক্লাৱত উদযাপন বিশ্বকৰ্মা পূজা - বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16396626-thumbnail-3x2-pos.jpg)
আজি ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও প্ৰেছ ক্লাবত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা (Vishwakarma Puja celebrated in Nagaon)৷ নগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সহযোগত প্ৰত্যেক বছৰৰ দৰেই এইবাৰো নগাঁও প্ৰেছ ক্লাবত উদযাপন কৰা হয় পূজা (Vishwakarma Puja celebrated in Nagaon press club) ৷
Last Updated : Feb 3, 2023, 8:28 PM IST