thumbnail

Wild elephant attack: বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজন নিহত

By

Published : Nov 21, 2022, 6:42 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰাজ্যজুৰি বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ টিংদলঙত বন্যহস্তীৰ এটা বৃহৎ জাকৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হয় (Man Elephant conflict at Doomdooma) ৷ দেওবাৰে নিশা ১১ মান বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৷ হাতীৰ জাকৰ আক্ৰমণত নিহত হৈছে বুধীনী ভূমিজ (৭০) আৰু ৰাম তাঁতী (৪২) নামৰ দুজনকৈ লোকৰ (Two people died in elephant attack) ৷ নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰায় ৩০০/৪০০ জনীয়া হাতীৰ জাকটোৱে আক্ৰমণ কৰে দুয়োজন লোকক (Elephant attack at Doomdooma) ৷ বিগত বছৰসমূহতো বন্যহস্তীয়ে তাণ্ডৱ চলাইছিল এই অঞ্চলটোত (Two people died in elephant attack at Doomdooma) ৷ বন বিভাগৰ লোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনাৰ পিছতে ক্ষোভিত ৰাইজে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.