Drugs seized: ডিব্ৰুগড়ৰ বৰবৰুৱাত নিষিদ্ধ ড্ৰাগছসহ আটক দুজনক - Two drugs peddlers arrested in Dibrugarh
🎬 Watch Now: Feature Video
ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে ডিব্ৰুগড় আৰক্ষীয়ে(Anti drugs mission of Dibrugarh Police) । নিশা অভিযান চলাই ডিব্ৰুগড়ৰ বৰবৰুৱাত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী(Two drugs peddlers arrested in Dibrugarh) । দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪০ গ্ৰাম ড্ৰাগছ(Drugs seized in Dibrugarh) । লগতে জব্দ কৰে নগদ ৪০ হাজাৰ টকা । আটকাধীন এজন চিলাপথাৰৰ আৰু আনজন অৰুণাচলৰ বুলি জানিব পৰা গৈছে । দুই সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:32 PM IST