thumbnail

By

Published : Oct 31, 2022, 1:09 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Tribute to legend: নাহৰকটীয়াত দুই মহীৰূহলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসমৰ চলচ্চিত্ৰ জগতৰ এজন ভোটাতৰা স্বৰূপ নিপন গোস্বামীৰ বিয়োগ অসমবাসীৰ বাবে এক অপুৰণীয় ক্ষতি(Nipon Goswami passes away) । চলচ্চিত্ৰ জগতৰ এজন অভিভাৱকক হেৰুৱাই দিশহাৰা হৈ পৰিছে ন-পুৰনি শিল্পী সমাজ । নাহৰকটীয়াৰ আমগুৰি গাঁৱৰ অৰুনোদয় পুথিভঁৰালৰ বিষয়ববীয়া সকলে প্ৰবীণ অভিনেতা নিপন গোস্বামী আৰু বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ ৰাজহুৱাকৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি(Tributes to Nipon Goswami Neelpawan Baruah in Naharkatia) । দুয়োগৰাকী মহান শিল্পীৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে আলোচনা চক্ৰৰ জৰিয়তে শিল্পীদ্বয়ৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে(Neel Pawan Baruah passes away) । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা পৰেশ খনিকৰ, স্থানীয় গাঁওবুঢ়া, বুদ্ধিজীৱী, সাংবাদিক আৰু সচেতন ৰাইজ ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.