Tingkhong Trade fair: সোমবাৰৰ পৰা টিংখাঙত বিক্ৰী আৰু বাণিজ্যমেলা - বিক্ৰী আৰু প্ৰদৰ্শনী মেলা
🎬 Watch Now: Feature Video

টিংখাঙত কাইলৈৰ পৰা অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব বিক্ৰী আৰু প্ৰদৰ্শনী মেলা ৷ দেওবাৰে মেলাৰ প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী বিমল বড়াই ৷ 30 ডিচেম্বৰলৈ চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব এই মেলা ৷
Last Updated : Feb 3, 2023, 8:37 PM IST