Three youths ride to Kedarnath: মঙলদৈৰ তিনি যুৱকৰ ব্যতিক্ৰমী কেদাৰনাথ যাত্ৰা - Exceptional move of three young man

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 6:20 PM IST

মঙলদৈ,১৫ জুন: মঙলদৈৰ তিনি যুৱকৰ ব্যতিক্ৰমী কেদাৰনাথ যাত্ৰা । তিনিও যুৱকে মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাই গাঁৱৰ পৰা চাইকেল চলাই বিশ্ব শান্তি, পৰিৱেশ প্ৰদূষণ আৰু পথ সুৰক্ষা সমস্যা নিৰ্মূলকৰণৰ উদ্দেশ্য এই যাত্ৰা অব্যাহত ৰাখিছে । প্ৰায় ২৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাৰ সময়ত আঞ্চলিক ৰাইজে আদৰণি জনোৱা লগতে শুভেচ্ছা জ্ঞাপন কৰে ।  

এই দীঘলীয়া যাত্ৰাৰ সহযোগী তিনিওজন ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য । বৃহস্পতিবাৰে মঙলদৈ পৰা যাত্ৰা কৰে দলতোৱে । দলতোত অংশগ্ৰহণ কৰিছে গিৰিন্দ্ৰ কলিতা, ভাৰ্গৱ বৰদলৈ, শালৈপাৰাৰ জয়ন্ত দাস । এই যাত্ৰা সফল কৰিবলৈ সমগ্ৰ অসমবাসীৰ পৰা শুভেচ্ছা তথা আৰ্শীবাদ কামনা কৰিছে তিনি যুৱকে । 

লগতে পঢ়ক: Baikho Festival: ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.