Student protest in Moirabari College:নৱাগত আদৰণি সভা আয়োজন কৰিবলৈ নিদিয়া বাবে উত্তপ্ত মৈৰাবাৰী মহাবিদ্যালয় - নৱাগত আদৰণি সভা আয়োজন কৰিবলৈ নিদিয়া বাবে উত্তপ্ত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:39 PM IST

ধিং, ২৭ ছেপ্টেম্বৰ: মৈৰাবাৰী মহাবিদ্যালয়ত আজি মহাবিদ্যালয় পৰিচালনা সমিতিয়ে নৱাগত আদৰণি সভা আয়োজন কৰিবলৈ অনুমতি প্ৰদান নকৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নৱাগত আদৰণি সভা আয়োজনক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ একনায়কত্বৰ বাবে সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতিৰ । পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিনে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষকো কেৰেপ নকৰি নৱাগত আদৰণি সভা আয়োজন কৰিবলৈ অনুমতি প্ৰদান নকৰাৰ পিচতেই এই পৰিস্থিতিৰ সৃষ্টি হয় ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিনে গুণ্ডাগিৰিৰে কলেজ পৰিচালনা কৰি আহিছে । আনকি পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিনে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষক who is principal বুলি কোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক আৰক্ষীৰ ভয় দেখুওৱা বুলি ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে ।

লগতে পঢ়ক:Assam youth died in Nagaland: নাগালেণ্ডৰ মন জিলাৰ পৰা সোণাৰিলৈ কোনো লোকক যাতায়ত নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.