Assam HS result 2023 : কলা শাখাত চতুৰ্থ স্থান লাভ শুক্লেন মুং চেতিয়া

By

Published : Jun 6, 2023, 10:02 AM IST

thumbnail

নগাঁও, 6 জুন : আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS result 2023) ৷ এই ফলাফলে নগাঁৱলৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা ৷ নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত 4ৰ্থ স্থানত উজ্জ্বলিছে শুক্লেন মুং চেতিয়া (Suklenmung Chetia got 4th position in HS 2023) ৷

4ৰ্থ স্থান লাভ কৰি আৱেগিক হৈ পৰিছে শুক্লেন মুং চেতিয়া ৷ শুক্লেন মুঙৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ ৷ আজৰি সময়ত গান শুনি, ছবি আঁকি ভালপোৱা শুক্লেন মুং চেতিয়াই ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মেলিছে ৷

লগতে পঢ়ক : Assam HS result 2023 : কলা শাখাৰ শীৰ্ষ স্থানত আছে সংকল্পজিৎ শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.