Smugglers arrested with horn: গঁড়ৰ খৰ্গসহ আটক সৰবৰাহকাৰী - Horn seized in Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15932427-thumbnail-3x2-hira.jpg)
যোৰহাটত গঁড়ৰ খৰ্গসহ এটা সৰবৰাহকাৰী আটক ৷ যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে (Jorhat Pulibar Police) এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই তিতাবৰৰ চেঙেলী চেতিয়া গাঁৱৰ কাদিৰ আহমেদ নামৰ সৰবৰাহকাৰীটোক আটক কৰে (Smugglers arrested with horn in Jorhat) ৷ লগতে আৰক্ষীয়ে কাদিৰৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে (Horn seized in Jorhat) ৷ গোলাঘাটৰ কমাৰবন্ধাৰ পৰা কাদিৰে খৰ্গটো লৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই খৰ্গ সৰবৰাহৰ লগত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST