thumbnail

By

Published : Jun 17, 2023, 8:32 PM IST

ETV Bharat / Videos

Slow Loris rescued :পুনৰ জনাঞ্চলত লাজুকী বান্দৰ

জোনাই,17 জুন: পুনৰ বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্য জীৱ-জন্তুৰ ৷ জোনাই বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মাইদাংশ্ৰী গাঁৱত লাজুকী বান্দৰ উদ্ধাৰ কৰে ৰাইজে ৷ প্ৰথমে শুকুৰবাৰে নিশা 8 বজাত মাইদাংশ্ৰী গাঁৱৰ ৰাজেশ স্বৰ্গীয়াৰীৰ বাৰীত লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে ৷ পাচত গাঁৱৰ সচেতন ব্যক্তিয়ে লাজুকী বান্দৰটো নিশাৰ ভাগত উদ্ধাৰ কৰি নিৰাপদ স্থানত ৰাখে । শনিবাৰে দিনৰ ভাগত জোনাই বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীৰ সৈতে স্থানীয় ৰাইজে যোগাযোগ কৰে ৷ ৰাইজৰ তৎপৰতাত বন বিভাৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰে লাজুকী বান্দৰটো ৷ উদ্ধাৰ কৰা লাজুকী বান্দৰটো পবা সংৰক্ষিত বনাঞ্চলত মেলি দিয়াৰ ব্যৱস্থা কৰে বন বিভাগৰ লোকে ৷

লগতে পঢ়ক: NIA case against MLA Akhil Gogoi : পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.