ETV Bharat / state

কোন ৰাশিৰ জাতক-জাতিকাৰ আজি খৰচ বাঢ়িব, কাৰ বাবে দিনটো হ’ব আনন্দময়, কি কয় আজিৰ জ্যোতিশাস্ত্ৰই... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily horoscope for 23rd February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 6:24 AM IST

  1. মেষ ৰাশি : দিনটো এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷
  2. বৃষ ৰাশি : ৰোগ-পীড়া হ’ব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ যাত্ৰা বাতিল কৰক ৷
  3. মিথুন ৰাশি : মেনেজাৰ আৰু প্ৰশাসকসকলে অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ লক্ষ্যত প্ৰায় সফল হʼব ৷ ইফালে-সিফালে আজি অআমন্ত্ৰিত পৰামর্শ পাব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  4. কৰ্কট ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ নহ’লে বেমাৰ হ’ব পাৰে ৷
  5. সিংহ ৰাশি : স্বাস্থ্য ভাল ৷ দিনটো আনন্দময় ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল ৷ লক্ষ্যত সফল ৷
  6. কন্যা ৰাশি : দিনটো কিছু কঠিন হʼব ৷ শান্ত হৈ কর্ম কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নহ’লে ইয়াৰ প্ৰভাৱ সম্পর্ক পৰিব ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷
  7. তুলা ৰাশি : ভাই-ভন্টী লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ দিনটো ভাল ৷ ব্যৱসায়ত ডাঙৰ লাভ হʼব ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷
  8. বৃশ্চিক ৰাশি : সৌন্দৰ্য চৰ্চাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ সাজ-পোছাক কিনিব পাৰে ৷
  9. ধনু ৰাশি : ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে । বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল হʼব ৷
  10. মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ অপ্ৰয়োজনীয় ব্যয়নিয়ন্ত্ৰণ কৰক । সাৱধানে কথা ক’ব ৷ শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক । ধৰ্মীয় কাৰণত কিছু খৰছ হ’ব ৷ শিক্ষাৰ্থীৰ বাবে দিনটো কঠিন হ’ব ৷
  11. কুম্ভ ৰাশি : দিনটো ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
  12. মীন ৰাশি : দিনটো আনন্দময় হʼব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত সফল ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.