নাজিৰাৰ ৱেদ একাডেমীত শিৱসাগৰ দিৱস উদযাপন - নাজিৰাৰ ৱেদ একাডেমী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

আজি এক ১ জুলাই । ১৯৮৩ চনৰ আজি দিনটোতে আহোম যুগৰ ইতিহাসে গৰকা শিৱসাগৰক পৃথক জিলা হিচাপে ঘোষণা কৰা হৈছিল । সেয়েহে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ জন্ম দিনটো ১ জুলাই তাৰিখে ‘শিৱসাগৰ দিৱস’(Sivasagar Day) হিচাবে পালন কৰি আহিছে শিৱসাগৰ জিলা প্ৰশাসনে । শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে নাজিৰাৰ বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো(Ved Academy Nazira) উদ্‌যাপন কৰা হয় শিৱসাগৰ দিৱস । এই শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি নাজিৰাৰ বালিঘাট ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডৰী স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আমাৰ সপোনৰ শিৱসাগৰ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.