দ্ৰৰিদ্ৰতাক নেওচি হাই মাদ্ৰাছাত পৰীক্ষাত তৃতীয় স্থানত উজলিল লখিমপুৰৰ শ্বাহানাজ পাৰবিন - AHM exam Results 2022

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2022, 1:07 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, এই আপ্তাবাক্যশাৰী পুনৰ প্ৰমাণ কৰি দেখুৱালে শ্বাহানজে ৷ আজি ঘোষণা কৰা হৈছে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (AHM exam Results 2022) ৷ লখিমপুৰ জিলাৰ দৌলতপুৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্বাহানাজ পাৰবিনে হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখলেৰে অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে (Shahanaz Parbin secure 3rd rank in ahm exam 2022) ৷ সৰ্বমুঠ ৫৪৯ নম্বৰ লাভ কৰিছে শ্বাহানাজে ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে মেধাবী ছাত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.