Kidnap accused arrested: গহপুৰৰ মহিলা অপহৰণ কাণ্ডত জড়িত 7 অপহৰণকাৰীক গ্ৰেপ্তাৰ

By

Published : Dec 23, 2022, 12:14 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
গহপুৰৰ অপহৰণ কাণ্ডৰ লগত জড়িত ৭ অপৰাধীক গ্ৰেপ্তাৰ (Seven kidnappers arrested by Biswanath police) ৷ যোৱা 18 ডিচেম্বৰৰ সন্ধিয়া গহপুৰ নগৰত সংঘটিত হৈছিল এই অপহৰণৰ ঘটনা (Kidnap case in Gahpur)। এগৰাকী মহিলাক কৰা হৈছিল অপহৰণ । তাৰ পিছতে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৃত কুমাৰ হোজাইৰ নেতৃত্বত চলিছিল 30 ঘণ্টীয়া ধাৰাবাহিক অভিযান (Biswanath police operation against criminals) । গুৱাহাটী, ওদালগুৰি, শোণিতপুৰত চলিছিল এই অভিযান । অৱশেষত 7 অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বিশ্বনাথ আৰক্ষী । অপহৃত মহিলাগৰাকীক উদ্ধাৰৰ লগতে জব্দ কৰা হৈছে এখন বলেৰ’ ৰয় এখন এলট্ৰ’ গাড়ী । সংবাদ মেলত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ স্পষ্ট মন্তব্য, অপৰাধ কৰি সাৰি যাব নোৱাৰিব কোনো অপৰাধী ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.