thumbnail

By

Published : Oct 2, 2022, 8:19 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / Videos

বিজেপিয়ে ২০ বছৰলৈ চৰকাৰ গঠন কৰিব: ৰামেশ্বৰ তেলী

ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ (Durga puja celebrated across Assam) ৷ ৰাজ্যবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Cabinet minister Rameswar Teli) ৷ অহা 8 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হ'ব লগা আছিল বিশাল যোগদান কাৰ্যসূচী (BJP joining program in Assam)৷ কিন্তু এই যোগদান কাৰ্যসূচী বাতিল হোৱাৰ পাছতে ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, বিজেপিয়ে ২০ বছৰলৈ চৰকাৰ গঠন কৰিব সেয়ে বেলেগ দলৰ মানুহ বিজেপিলৈ আহিব বিচাৰিছে ৷ ডিব্ৰুগড়কে ধৰি ৰাজ্যত বিজেপিৰ দলীয় ভেঁটি শক্তিশালী হৈ আছে তেনেস্থলত কংগ্ৰেছকে ধৰি অন্য দলৰ নেতা দললৈ আহিলেও বিজেপিত কোনো ধৰণৰ প্ৰভাৱ নপৰে ৷ চাওক আমাৰ আছুতীয়া সাক্ষাৎকাৰ ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.