Basanti Puja in Umrangcho:ৰাম নৱমীত হাফলঙৰ জগন্নাথ মন্দিৰত ভক্তৰ ভিৰ - Basanti Puja at Half Long

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 30, 2023, 6:25 PM IST

হাফলং, 30 মাৰ্চ: ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত আৰম্ভ নৱৰাত্রী আৰু দেৱী দুর্গাৰ আৰাধনা (Basanti Puja at Half Long)।  জিলাখনৰ সদৰ হাফলং মাইবাং উমৰাংছুৰ বিভিন্ন অঞ্চলত চলিছে বাসন্তী পূজা । এই দুৰ্গা পূজাক কালৰ পূজা বুলি কোৱা হয় । এই পূজা আৰম্ভ কৰিছিল সুৰথ ৰজাই । এই নৱমী তিথিৰ দিনাই ৰামচন্দ্ৰই জন্মগ্ৰহণ কৰিছিল বাবে এই দিনটো পূণ্য ৰাম নৱমী হিচাবে পালন কৰা হয় (Ram Navami in Dima Hasao)।

ইপিনে, হাফলং জগন্নাথ মন্দিৰত এই ৰাম নৱমীত শ শ ভক্তৰ সমাগম ঘটে দেৱী দুর্গাৰ আশিষ লোৱাৰ বাবে । সপ্তমী ,অষ্টমী আৰু নৱমীত হাফলং জগন্নাথ মন্দিৰ হাফলং কালি মন্দিৰ, নিম্ন হাফলং কালি মন্দিৰ, মাইবাং ৰাধা ৰমন মন্দিৰ উমৰাংছুত ভক্তৰ সমাগম ঘটে দেৱী দুর্গাৰ আৰাধনাৰ বাবে ।

লগতে পঢ়ক:Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.