Protest in Jorhat: থলুৱা লোকক সংস্থাপনৰ দাবীত মৰিয়নিৰ তৈলক্ষেত্ৰত প্ৰতিবাদ - মৰিয়নিৰ চেলেংহাটৰ তৈলক্ষেত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 23, 2022, 10:29 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত গুঞ্জৰিছে মৰিয়নিৰ চেলেংহাটৰ তৈলক্ষেত্ৰ (Protest at Mariani oilfield) ৷ মুম্বাইৰ অইল মেস্ক নামৰ তৈল কোম্পানীটোৱে থলুৱা ৰাইজক কৰা বঞ্চনাৰ বিৰোধিতাৰে আটছাৰ চেলেংহাট উপ শাখাৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ আনকি এই তৈল কোম্পানীটোৱে তৈলক্ষেত্ৰৰ পৰাৰ দৈনিক তেল আহৰণ কৰি আহিছে যদিও চেলেংহাটৰ বৃহৎ অঞ্চলটোৰ উন্নয়ন হকে কোনোধৰণ জন-কল্যানমূলক কাম নকৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.