Rangali Tingkhang-2023: ৰঙালী-টিংখাং-২০২৩ ত প্ৰিয়ংকা ভৰালী - ৰঙালী টিংখাং ২০২৩ ত প্ৰিয়ংকা ভঁৰালী
🎬 Watch Now: Feature Video
মৰাণ,৬ মে': টিংখাঙৰ লেঙেৰীত ৪ মে'ৰ পৰা তিনিদিনীকৈ অনুষ্ঠিত হৈছে উত্তৰ-পূবৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ 'ৰঙালী-টিংখাং-২০২৩' 'Northeast-A Cultural Melting Pot' শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠান (Rangali Tingkhang-2023) । শুকুৰবাৰে দ্বিতীয় দিনা নিশা সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীৰ গীতে মুহিলে ৰাইজক (Priyanka Bharali concert at Rongali Tingkhang-2023) ।
কেইবাটাও জনপ্ৰিয় গীতেৰে ৰাইজক নচুৱালে শিল্পীগৰাকীয়ে । এটিৰ পিচত এটিকৈ গীত পৰিৱেশন কৰে শিল্পীগৰাকীয়ে । একেখন সাংস্কৃতিক অনুষ্ঠানতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে । মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত উক্ত মঞ্চতে পৰিৱেশন কৰা হয় বহুকেইটা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ।
লগতে পঢ়ক: Riyan Parag on Criticism : ভাল হওক বা বেয়া, সময় পাৰ হৈ যায়; সমালোচকলৈ বাৰ্তা ৰিয়ান পৰাগৰ