HSLC result 2022 : তৃতীয় স্থান দখলেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়ালে পাৰ্থ প্ৰতীম দাসে - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
🎬 Watch Now: Feature Video

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থ প্ৰতীম দাসে । বিহপুৰীয়াৰ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান লুমিনাছ একাডেমীৰ ছাত্ৰ পাৰ্থই ৫৯৫ নম্বৰেৰে অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় (Third rank in HSLC result 2022)। দৈনিক ৭-৮ ঘণ্টাকৈ অধ্যয়ন কৰা পাৰ্থৰ ভৱিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ ইচ্ছা ।
Last Updated : Feb 3, 2023, 8:23 PM IST