thumbnail

By

Published : Dec 15, 2022, 3:21 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Gahpur youth death: কাটি থকা গছৰ ডাল পৰি যুৱকৰ মৃত্যু

গহপুৰৰ হেলেমৰ চন্দামাৰীত অঘটন (Gohpur news) । গছ কটা চাই থকা অৱস্থাত এজন যুৱকৰ ওপৰত বাগৰি পৰিল গছৰ ডাল (Youth death in Halem) ৷ যাৰ ফলত থিতাতে নিহত হয় যুৱকজন । ৰাজেন শিকদাৰ নামৰ লোকজনৰ বাৰীত এজোপা গছ কাটি থকাৰ সময়তে এই অঘটন সংঘটিত হয় ৷ মৃত যুৱকজন মিছামাৰীৰ মুনাই গোৱালা বুলি চিনাক্ত কৰা হৈছে (Biswanath death news)। ইতিমধ্যে হেলেম আৰক্ষী থানাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.