Road accident in Golaghat: গোলাঘাটৰ পদুমণিত পথ দুৰ্ঘটনাত এজন নিহত - One died in Road accident
🎬 Watch Now: Feature Video

গোলাঘাটৰ পদুমণিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Golaghat) ৷ গোলাঘাটৰ পৰা নিজা ঘৰ ঢেকিয়াল অভিমুখে ‘ৰাধাকৃষ্ণ’ নামৰ বাছখনত এজন যুৱক ওলমি গৈ থাকোতে বিপৰীত দিশত পৰা অহা এখন ডাম্পাৰৰ পাছৰ অংশত লাগি যায় ৷ ফলত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো ৷ ফলত বাছখনত ওলমি অহা জিটু বৰা(২৭) নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় ৷ ততাতৈয়াকৈ জিটু বৰাক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে (One died in Road accident) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST