thumbnail

TB free India Mission by AIIMS : যক্ষ্মাৰোগীৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ এইমছৰ

By

Published : Jan 10, 2023, 7:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

চাংসাৰী এইমছৰ(Changsari AIIMS) ব্যতিক্ৰমী প্ৰচেষ্টা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যক্ষ্মামুক্ত ভাৰতৰ(TB free India) সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে এক পদক্ষেপ সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিস্থানখনৰ । এইমছ মেডিকেল কলেজৰ অধ্যাপক তথা চিকিৎসকসকলৰ প্ৰায় ৫০ শতাংশই কামৰূপ জিলাৰ যক্ষ্মা ৰোগীসকলক চিনাক্ত কৰি পুষ্টিকৰ খাদ্য আনি বিতৰণ কৰে (Nutritious Food distribution by AIIMS)৷ কেৱল খাদ্য সামগ্ৰী বিতৰণ কৰাই নহয়, তেওলোকৰ লগত চিকিৎসা সম্পৰ্কেও আলোচনা কৰে ৷ লগতে আগন্তুক ছয় মাহলৈকে যক্ষ্মা ৰোগীসকলৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰো খবৰ লৈ থাকিব বুলি উল্লেখ কৰে (Food distribution among TB patient)৷ AIIMSৰ চৌহদত অনুস্থিত হোৱা এই কাৰ্যসূচীত সঞ্চালক অশোক পুৰাণিক(AIIMS Guwahati Executive Director Ashok Puranik) উপস্থিত থাকি ৰোগীৰ মাজত এই খাদ্যৰ টোপোলা বিতৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.