thumbnail

By

Published : Nov 6, 2022, 3:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Theft in karbi Anglong: বৈদ়্যুতিক সামগ্ৰী চুৰি কৰি আৰক্ষীৰ জালত 4 চোৰ

কাৰ্বি পাহাৰৰ লাংহুক পাহাৰৰ পৰা উত্তৰ বৰবিল আৰক্ষীয়ে শনিবাৰে নিশা প্ৰায় 4 লক্ষাধিক টকাৰ চুৰি বৈদ্যুতিক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে 4 গভাইত চোৰক আটক কৰে(Theft arrested in Karbi Anglong) ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্গাৰাম চিংনাৰে ২ নৱেম্বৰত NK পাৱাৰৰ বৈদ্যুতিক সামগ্ৰীসমূহ চুৰি কৰি আনি বোকাজানৰ উমাশংকৰ নামৰ এজন লোকক বিক্ৰী কৰে(Theft in Karbi Anglong) ৷ উত্তৰ বৰবিল আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িত 4জনক কৰায়ত্ব কৰে ৷ ধৃত চোৰকেইটা ক্ৰমে দুৰ্গাৰাম চিংনাৰ, বিজয় সিং ইংতি, পিন্তু কানু আৰু সুন্দৰ কানু বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে সম্প্ৰতি আটাইকেইটা চোৰক জেল হাজোতলৈ প্ৰেৰণ কৰিছে(Diphu police apprehended four thieves ) ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.