National Unity day 2022: জোনাইৰ বিভিন্ন বিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস পালন

By

Published : Oct 31, 2022, 3:28 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী (Birth anniversary of Sardar Vallabhbhai Patel ) উপলক্ষে ৩১ অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ আয়োজন কৰা হয় (National Unity day 2022) ৷ সমগ্ৰ দেশৰ সমান্তৰালকৈ সোমবাৰে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে জোনাইৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৭ বজাত নিজ নিজ বিদ্যালয়ৰ সন্মুখৰ পৰা ‘একতাৰ দৌৰ’ৰ আয়োজন কৰে ( National Unity day 2022 celebrated at Jonai) ৷ লগতে এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাগুৰু, শিক্ষাৰ্থীলসকলক সংকল্পবাক্য পাঠ কৰোৱা হয় ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.