thumbnail

By

Published : Dec 30, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Murder accused arrested : কেৰালাৰ পৰা গ্ৰেপ্তাৰ নগাঁৱৰ এটা হত্যাকাণ্ডৰ অভিযুক্তক

নগাঁও আৰক্ষীয়ে কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিছে হত্যাকাণ্ডৰ লগত জড়িত থকা এটা অভিযুক্তক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তটোৰ নাম আজিমুল ইছলাম (Nagaon police arrested Murderer)। হত্যাকাণ্ড সংঘটিত কৰি আজিমুল ইছলামে কেৰালালৈ পলায়ন কৰিছিল । উল্লেখ্য যে, বিগত ২১ তাৰিখৰ নিশা জুৰীয়া থানাৰ অন্তৰ্গত গৰৈমাৰিত মহিদুল ইছলামক হত্যা কৰা হৈছিল (Juria Murder case) । নগাঁও জিলাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই কেৰালা আৰক্ষীৰ সহায়ত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত আজিজুল ইছলামক ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.