thumbnail

By

Published : Dec 21, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Mr Brahmaputra Title : শৰীৰ চৰ্চাত মুনু পাংগিঙৰ মিষ্টাৰ ব্ৰহ্মপুত্ৰ খিতাপ অৰ্জন

অতিকে পিছপৰা অঞ্চলক প্ৰতিনিধিত্ব কৰি মিষ্টাৰ ব্ৰহ্মপুত্ৰ (Mr Brahmaputra) খিতাপ জয়েৰে সুনাম কঢ়িয়ালে মুনু পাংগিঙে । হোটেলত ৰান্ধনি হিচাপে কৰ্মৰত মুনুৱে অলপতে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত এই খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয় (state level body building competition in Dibrugarh) । বিগত দুবছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি জীৱনৰ প্ৰথম প্ৰতিযোগিতাতে এই কৃতিত্ব লাভ কৰাত পিছপৰা কলাখোৱা মইনা গাঁৱত আনন্দৰ লহৰ উঠিছে । গাঁওবাসীয়ে প্ৰতিভাৱান যুৱকজনক আজি ৰাজহুৱাভাৱে জনালে অভিনন্দন (Mr Brahmaputra Munu Pangging) । উল্লেখযোগ্য যে All Assam Open Prize Money Body Building & Fitness Competition ভাৰতীয় জনতা যুৱ মৰ্চা, ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় যুৱ উন্নয়ন মঞ্চই আয়োজন কৰিছিল । হোটেলত ৰান্ধনি হিচাপে কৰ্মৰত মুনু পাংগিঙৰ সফলতাত উৎফুল্লিত গাঁৱৰ ৰাইজ ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.