জয়ন্তমল্ল বৰুৱাক সৰু ল’ৰা বুলি ক’লে সাংসদ অজিত ভূঞাই - MP Ajit Kumar Bhuyan
🎬 Watch Now: Feature Video
‘‘জয়ন্তমল্ল সৰু ল'ৰা, তেঁওৰ কথাৰ প্ৰতিক্ৰিয়া মই দিব নিবিচাৰো । জয়ন্তমল্লৰ জ্ঞানৰ পৰিসৰ অতি সীমিত । ক্ষমতা লাভ কৰি জয়ন্তমল্লই গুৰু-গোঁসাই নমনা হৈছে । আজমল(MP Badruddin Ajmal) কাৰ ঘনিষ্ঠ ৰাইজে জানে । এইখন চৰকাৰে প্ৰথম সিদ্ধান্তটো আজমলৰ পক্ষত লৈছিল । আগৰৰ ব্যৱসায়ৰ সুবিধা কৰি দিছিল । পীযুষ, জয়ন্তমল্লই(Minister Jayanta Malla Baruah) ক'লেই সকলো কথা ৰাইজে বিশ্বাস নকৰে । ৰাজ্যসভাতো আজমলৰ ভোট বিজেপিয়ে লৈছিল’’ ৷ এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ(MP Ajit Kumar Bhuyan) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST