thumbnail

By

Published : Jan 18, 2023, 1:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Attempt to Suicide case: মাতৃ-পুত্ৰৰ সন্ধানত পুঠিমাৰী নৈত SDRF ৰ অভিযান অব্যাহত

মঙলবাৰে বাইহাটাৰ আঠগাঁৱত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা । এগৰাকী মাতৃয়ে তেওঁৰ দুই সন্তানসহ জাঁপ দিছিল পুঠিমাৰী নৈত(Mother with two sons Attempt to Suicide) । স্থানীয় যুৱক এজনে সৰু পুত্ৰক উদ্ধাৰ কৰে যদিও ডাঙৰ পুত্ৰ আৰু মাতৃ গৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে । পিছত SDRF বাহিনীয়ে নিশাৰ ভাগলৈকে অভিযান চলাই যদিও মাতৃ পুত্ৰক উদ্ধাৰ কৰাত ব্যৰ্থ হয় । পুনৰ বুধবাৰে পুৱাৰ ভাগৰ পৰা SDRF বাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰে(SDRF and NDRF started rescue operation) । মাতৃ গৰাকীয়ে এনেদৰে দুই সন্তানসহ নদীত জাঁপ দিয়াৰ কাৰণ দৰিদ্ৰতা বুলি উল্লেখ কৰে ওচৰ চুবুৰীয়াই ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.