Minister Jogen Mohan: খনি আৰু খনিজাত সম্পদ বিভাগৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰা হ’ব: যোগেন মহন - যোগেন মহন

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 30, 2023, 6:50 PM IST

ডিব্ৰুগড়, 30 মে’: খনি আৰু খনিজাত সম্পদ বিভাগৰ দায়িত্ব লাভ কৰিলে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) ৷ পূৰ্বে ৰাজহ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰীগৰাকী ৷ সোমবাৰে নন্দিতা গাৰ্লোচাৰ পৰা খনি আৰু খনিজাত সম্পদ  বিভাগ কৰ্তন কৰি মন্ত্ৰী যোগেন মহনক প্ৰদান কৰা হৈছে এই দায়িত্ব (Assam Mines and Minerals) ৷

দায়িত্ব লাভ কৰিয়েই কেতবোৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ৰাজহ সংগ্ৰহৰ বাবে কাম কৰা হ’ব ৷ বিভাগটোক অধিক কাৰ্যক্ষম কৰি তোলাৰ লগতে বিভাগত যি অবৈধ কাৰ্যকলাপ চলি আছিল সেয়া বন্ধ কৰা হ’ব ৷’’ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰা হ’ব বুলিও মন্তব্য কৰে যোগেন মহনে ৷ 

লগতে পঢ়ক: Anand Mishra: আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাত বাধা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.