thumbnail

By

Published : Aug 22, 2022, 4:21 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

ডিঙিত জীৱন্ত সাপ ওলমাই বীৰকুছিৰ ৰাজপথত ধনে

মহানগৰীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা । ডিঙিত জীৱন্ত সাপ ওলমাই বীৰকুছিৰ ৰাজপথত ফুৰিছে এজন লোকে (Snake man in Guwhati)। সোমবাৰে পুৱাই লোকজনৰ কাণ্ড দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । লোকজন বীৰকুছিৰ নিবাসী ধনে বুলি জানিব পৰা গৈছে । অভিযুক্ত ধনে ডিঙিত জীৱন্ত বিষাক্ত সাপডাল লৈ ঘূৰি ফুৰাই নহয় (Man from Guwahati hangs live snake around his neck), পথচাৰীক ভয় খুওৱাৰ লগতে কেইবাজনো পথাচাৰীলৈ দলিয়াই দিছে সাপডাল ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষী তথা বন বিভাগৰ লোকক । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰস্থিতি ৷ লগতে আটক কৰে অভিযুক্ত ধনেক ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.