thumbnail

By

Published : Aug 14, 2022, 7:52 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

পানীখাইতিত পানীত পৰি মৃত্যু এজনৰ

গুৱাহাটী মহানগৰীত অঘটন। পুখুৰীত পৰি মৃত্যু এজন লোকৰ (Man died after falling into pond)। এই দুৰ্ঘটনা সংঘটিত হৈছে পানীখাইতিৰ খেৰবাড়িত। মৃত যুৱকজন হৈছে চাহিদুল ইছলাম (২৮)। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। অত্যাধিক সুৰাপান কৰি পুখুৰীত পৰাৰ বাবে যুৱকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । এটা সন্তানৰ পিতৃ চহিদল ইছলামৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে (Man died after falling into pond at Panikhaiti)।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.