thumbnail

By

Published : Jan 14, 2023, 4:09 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Fish Market at Kampur: কামপুৰ মাধৱ কন্দলি ক্ষেত্ৰৰ মাছৰ মেলাত গ্ৰাহকৰ ভিৰ

আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা(Uruka celebrates in Assam) । উৰুকাৰ নিশা সকলোৱে লগে-ভাগে এখাজ তৃপ্তিৰে খোৱাৰ বাবে নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ নগাঁও জিলাৰ কামপুৰ মাধৱ কন্দলি ক্ষেত্ৰত ভিৰ কৰিছে ৷ ৰৌ-বৰালিৰ চিতল-আৰি-ভকুৱা আদি ভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে মেলাখন(Magh Bihu 2023) ।

উৰুকাৰ নিশা ভোজৰ বাবে প্ৰায় ১০ কেজি বৰালি, বাহু, আৰি, চিতল আদি মাছ ইতিমধ্যেই বিক্ৰী কৰিছে ৷ পুৱাৰে পৰা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়েও এই মাছৰ মেলাত সহযোগ কৰে । পূৰ্বৰ তুলনাত এইবাৰ মাছৰ দাম কিছু বৃদ্ধি পাইছে বুলি গ্ৰাহকসকলে জানিবলৈ দিয়ে(Assamese people celebrates Magh Bihu) । 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.