ETV Bharat / state

ৰাশি অনুসৰি কেনে যাব আপোনাৰ দিনটো ? - DAILY HOROSCOPE

প্ৰেম, স্বাস্থ্য বা কেৰিয়াৰৰ দিশত কেনে যাব আজিৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Know your day
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 15 hours ago

মেষ ৰাশি : অধিক ধৰ্ম পৰায়ণ হ’ব ৷ গভীৰ চিন্তাধাৰাই আপোনাৰ লাভ কৰিব ৷ নিজকৰ সৈতে সময় কটাওক ৷ খং, বেয়া ব্যৱহাৰ, কাজিয়া আদিৰ পৰা আঁতৰত থাকক ৷ সাৱধান থাকক ৷ হঠাৎ বিপদ হ’ব পাৰে ৷

বৃষ ৰাশি : গণেশৰ কৃপাত এটা আনন্দৰে ভৰা দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যাওক ৷ ব্যৱসায় আৰু চাকৰিত সফলতা লাভ ৷ সফল ব্যবসায়িক যোগসূত্ৰ লাভ ৷ সমাজত স্বীকৃতি বাঢ়িব ৷ পৈত্তিক সম্পত্তি লাভ ৷ লটাৰিত উপহাৰ লাভ ৷ নভবাকে ধনাগমন হ’ব পাৰে ৷

মিথুন ৰাশি : সৌভাগ্যশালি দিন ৷ ব্যৱসায়ত শুভ ৷ নিজৰ সফলতা প্ৰিয়জনৰ লগত উপভোগ কৰক ৷ ধনৰ ওপৰত চকু ৰাখি খৰচ কৰক ৷ নিজকে সতেজ আৰু শাৰীৰিকভাৱে সক্ষম অনুভৱ কৰিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ ৷

কৰ্কট ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে আসুস্থ অনুভৱ কৰিব ৷ ব্যস্ততা বাঢ়িব ৷ পেটৰ সমস্যাত ভুগিব ৷ ভ্ৰমণ বাতিল কৰক ৷ জ্ঞানবৰ্ধক আলোচনাৰ পৰা আঁতৰত থাকক ৷

সিংহ ৰাশি : গণেশৰ আৰ্শিবাদত দিনটো মধ্যমীয়া ৷ শান্ত থাকক, সকলো বিষয়ত চকু ৰাখক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ মাতৃৰ কোনো কথাত যদি আপুনি সুখী নহয়, তেন্তে তেওঁৰ লগত আজি আলোচনা কৰাৰ পৰা আজি বিৰত থাকক ৷ জিৰণি লওক ৷

কন্যা ৰাশি : এটা গতানুগতিক দিন ৷ নিজকে শান্ত অনুভৱ কৰিব আৰু আনৰ লগত সম্পৰ্ক ভাল কৰক ৷ সহকৰ্মীৰ পৰা সহযোগ লাভ ৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহী ৷ নিজকে চিনি পোৱাত বিশেষ গুৰুত্ব দিয়ক ৷

তুলা ৰাশি : মানসিকভাৱে দিনটো দুৰ্বল অনুভব কৰিব ৷ সিদ্ধান্ত লওতে টান হ’ব ৷ নতুন আৰম্ভণিৰ বাবে শুভ নহয় ৷ কাৰো লগত তৰ্ক নকৰিব ৷ চিন্তা মুক্ত থাকক ৷ তাৰ ফল পাব ৷ শৰীৰ ভাল ৷ মানসিক শান্তি লাভ ৷ ধনৰ দিশৰ পৰা লাভবান ৷

বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ সুখী অনুভৱ কৰিব ৷ সময় ভাল, প্ৰিয়জন আৰু বন্ধুৰ লগত উপভোগ কৰক ৷ মানসিক শান্তি লাভ ৷ শৰীৰ ভাল ৷ ঘৰুৱা পৰিৱেশ শান্ত ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি : নতুনত্বৰ সোৱাদ ল’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ মানসিকভাৱে সুস্থ থাকক ৷ প্ৰাৰ্থনা, যোগ আৰু ধ্যান কৰক ৷ ব্যক্তিগত সম্পৰ্ক আৰু ধনৰ দিশৰ ওপৰত চকু ৰাখক ৷

মকৰ ৰাশি : দিনটো শুভ ৷ প্ৰিয়জনক লগ পায় আপুনি সুখি অনুভৱ কৰিব ৷ উপহাৰ লাভ ৷ ভ্ৰমণৰ বাবে শুভ সময় ৷ নতুনকৈ বস্তু কিনিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে ভাল সময় ৷

কুম্ভ ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে দিনটো ভাল ৷ ব্যৱসায়ত সফল ৷ পুৰস্কাৰ লাভ ৷ সহকৰ্মীৰ লগত বন্ধুত্বপূৰ্ণ সম্বন্ধ বজাই ৰাখক ৷ পৰিয়াল আৰু আন সম্বন্ধীয় ব্যক্তিৰ লগত ভ্ৰমণৰ যোগ ৷

মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলাহ ভাব আহিব পাৰে ৷ ফলত মন বেয়া হৈ থাকিব ৷ বচৰ লগত কোনো বিষয়ত আলোচনা কৰোতে সাৱধান হ’ব ৷ সন্তানৰ বাবে চিন্তা আহিব ৷ ব্যৱসায় অলপ বেয়া হ’ব ৷ কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ নকৰাই ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.