thumbnail

By

Published : Jun 22, 2022, 10:35 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

কলিয়াবৰত বৃহদাকাৰ ৰজা ফেঁটী আৰু অজগৰ উদ্ধাৰ

বানৰ তাণ্ডৱত জীৱ-জন্তুৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে (Flood in Assam)। ইয়াৰ মাজতে কলিয়াবৰত উদ্ধাৰ হ'ল এডাল ৰজা ফেঁটী (King Cobra in Kaliabor)। সমান্তৰালকৈ নিশা বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga national park) পৰা এডাল বৃহদাকায় অজগৰে পথ অতিক্ৰম কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত । কলিয়াবৰৰ নাম-কামাখ্যা গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় ৰজা ফেঁটীডাল । সৰ্প উদ্ধাৰকাৰী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে সাপডাল । প্ৰায় ১৩ ফুট দৈঘ্যৰ লগতে প্ৰায় ১০ কেজি ওজনৰ এই ৰজা ফেঁটী সাপডাল । সাপডাল উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.