Kalangporiya Award: গীতিকাৰ দিগেন মহন্তক কলংপৰীয়া বঁটা প্ৰদান

By

Published : May 8, 2022, 5:47 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail
নগাঁৱৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’ৰ উদ্যোগত অনুষ্ঠিত হোৱা বসন্ত উৎসৱে এইবাৰ ১৯ বৰ্ষত ভৰি দিলে । এই উপলক্ষে শনিবাৰে নিশা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুৱালিত গীতিকাৰ দিগেন মহন্তলৈ এইবৰ্ষৰ কলংপৰীয়া শিল্পী বঁটা আগবঢ়োৱা হয় (Kalangporiya award to lyricist Digen Mahanta)। জীৱনজোৰা সাধনাৰ বাবে ‘সৃষ্টি’য়ে প্ৰদান কৰে এই বটা । নগাঁৱৰ বসন্ত উৎসৱত বিধায়ক ৰূপক শৰ্মাই শিল্পীগৰাকীক প্ৰদান কৰে এই বঁটা । উল্লেখ্য যে দিগেন মহন্ত গণশিল্পী খগেন মহন্তৰ ভাতৃ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.