Fraud Caught at Manikpur: চিলাই মেচিনৰ নামত টকা খাই ৰাইজৰ ৰোষত প্ৰবঞ্চক - মাণিকপুৰ আৰক্ষী থানা
🎬 Watch Now: Feature Video

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ(Manikpur Police Station) অন্তৰ্গত চকিহালীৰ পৰা এটা প্ৰৱঞ্চকক আটক কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে । দীৰ্ঘদিন ধৰি হেমন্ত বনিক্য নামৰ প্ৰৱঞ্চকজনে চকিহালী, অদলাগুৰীৰ পৰা মহিলাসকলক চিলাই মেচিন দিয়াৰ নামত ৭৫০ টকাকৈ সংগ্ৰহ কৰিছিল । নিজকে উপায়ুক্ত কাৰ্যালয়ত কাম কৰা কৰ্মচাৰী বুলি চিনাকি দি আজিও মহিলাসকলক লুটিবলৈ আহিছিল যদিও ৰাইজৰ ৰোষত পৰে প্ৰৱঞ্চকটো ।
Last Updated : Feb 3, 2023, 8:25 PM IST