thumbnail

By

Published : Nov 26, 2022, 12:55 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Digvijay Singh falls down: ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীতে বাগৰি পৰিল দিগ্বিজয় সিং

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ মাজতে ৰাজপথত ঢলি পৰিল মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং (Digvijaya Singh falls down)৷ ৰাহুল গান্ধীৰ সৈতে মধ্যপ্ৰদেশত ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থাকোতে ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য, মধ্যপ্ৰদেশত ভাৰত জোড়ো যাত্ৰাৰ আজি চতুৰ্থ দিন (Bharat Jodo Yatra in Madhya Pradesh)৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.