HS results 2023: প্ৰাণী বিজ্ঞানৰ অধ্যাপক হোৱাৰ সপোন বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰা গৌৰাংগজিৎ গগৈৰ - গৌৰাংগজিৎ গগৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 6, 2023, 1:01 PM IST

ডিব্ৰুগড়, 6 জুন : ৰাজ্যৰ চৌপাশে উছাহৰ ঢল ৷ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (HS results 2023) ৷ সোণাৰিতো দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে গৌৰাংগজিৎ গগৈয়ে (Assam HS results) । ইলাইট একাডেমীৰ পৰা 474 নম্বৰ লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়ালে গৌৰাংগজিৎ গগৈয়ে (HS results 2023 position in science) ।

প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক হোৱাৰ সপোন বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰা গৌৰাংগজিৎ গগৈৰ (HS results 2023 science) ৷ গৌৰাংগজিৎ সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ বিমল চন্দ্ৰ গগৈৰ পুত্ৰ (fifth rank in science stream in hs results 2023) ।

লগতে পঢ়ক : HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.