thumbnail

By

Published : Dec 31, 2022, 3:35 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Worker beaten up: মৰাণত ইটাভাটাৰ কৰ্মচাৰীক নিৰ্মম প্ৰহাৰ মালিকৰ

মৰাণত ইটাভাটাৰ কৰ্মচাৰীক নিৰ্মম প্ৰহাৰ মালিকৰ(worker beaten up by owner) ৷ মৰাণৰ আৰ.বি.ডি. ইটাভাটাৰ মালিক ইমৰাণ খানৰ বিৰুদ্ধে কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ ৷ ইটাভাটাত মহৰী হিচাপে কৰ্মৰত আকাশ ঘোষ নামৰ যুৱকজনক অতি বেয়াকৈ প্ৰহাৰ কৰে ইমৰাণ খানে ৷ ইতিমধ্যেই ভুক্তভোগী যুৱকজনে ইমৰাণ খানৰ বিৰুদ্ধে মৰাণ থানাত দাখিল কৰিছে এজাহাৰ ৷ বাঁহৰ লাঠিৰে দেহৰ বিভিন্ন অংশত গুৰুলা-গুৰুলকৈ যুৱকজনক প্ৰহাৰ কৰে ইমৰাণ খানে(worker mercilessly beaten up) ৷ ইমৰাণ খানৰ বিৰুদ্ধে আন কৰ্মচাৰীকো মাৰপিট কৰি অহাৰ অভিযোগ ৷ অৱশ্যে এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.