প্ৰতিকূল বতৰৰ মাজতেই নগাঁৱৰ পূজা মণ্ডপত উখল-মাখল পৰিৱেশ - Durga puja in ITI nagaon
🎬 Watch Now: Feature Video

মহানৱমীত চৌদিশে উখল-মাখল পৰিৱেশ(Maha navami2022) । নগাঁৱৰ পূজা মণ্ডপে মণ্ডপে উৎসৱমুখৰ পৰিৱেশ(Maha navami in Nagaon) । প্ৰতিকূল বতৰকো নেওচি দেৱী দুৰ্গাৰ আশীষ ল’বলৈ ওলাই আহিল অগণন লোক । নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ আই টি আই পূজা মণ্ডপতো অভাৱনীয় ভিৰ পৰিলক্ষিত হ'ল । নগাঁও আই টি আইৰ আটকধুনীয়া পূজা মণ্ডপত স্থানীয় লোকৰ উপৰিও অন্যান্য লোকেও ভিৰ কৰা দেখিবলৈ পোৱা গৈছে(Durga puja in ITI nagaon) ।
Last Updated : Feb 3, 2023, 8:28 PM IST