Duplicate Gold Boat Seized: মহানগৰীত নকল সোণৰ নাওসহ 4 সৰবৰাহকাৰী গ্ৰেপ্তাৰ - ডুপ্লিকেট নাও দুখন
🎬 Watch Now: Feature Video

গড়চুক আৰক্ষীৰ অভিযানত জব্দ সোণৰ নাও (Duplicate Gold Boat Seized)৷ গড়চুক আৰক্ষীয়ে পামহিৰ এটা ভাড়াৰূমত অভিযান চলাই নকল সোণৰ নাওসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Duplicate Gold Boat Seized)৷
Last Updated : Feb 3, 2023, 8:35 PM IST