thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:24 AM IST

ETV Bharat / Videos

Diwali celebration 2023: সত্ৰ নগৰী মাজুলীত পালন পোহৰৰ উৎসৱ দীপাৱলী

মাজুলী, 13 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে সত্ৰনগৰী মাজুলীটো উলহ-মালহেৰে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী । ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে মাজুলীতো পালন কৰা হয় দেৱালী উৎসৱ ৷ মাজুলীৰ প্ৰত্যেক ঘৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো উলহ-মালহেৰে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰটো পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী । 

ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰকে আদি কৰি সকলো ভকত-বৈষ্ণৱে একেলগ হৈ পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী । ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীয়ে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীপাৱলীৰ পোহৰে সমাজৰ পৰা হত্যা, হিংসা দূৰ কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে সকলোকে যত্নপৰ হ’বলৈ আহ্বান জনায় । 

লগতে পঢ়ক: Fire Incident: টিংখাঙত দেৱালীৰ আনন্দ-উলাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.